ৰমন্যাসিকৰমলিয়া

ৰমন্যাসিক উপন্যাস (Assamese)
Contributed by: Himasri Das on 2023-08-25
1. (Abstract Noun) it is a genre fiction that primarily focuses on the relationship and romantic love between two people. It usually has an emotionally satisfying and optimistic ending. ই হৈছে মূলতঃ দুজন মানুহৰ মাজৰ সম্পৰ্ক আৰু ৰোমান্টিক প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক ধাৰাবাহিক কল্পকাহিনী৷ সাধাৰণতে ই আৱেগিক,সন্তুষ্টিদায়ক আৰু আশাবাদীৰূপে অন্ত পৰে৷